ছবিৰ শ্বুটিঙৰ বাবে অসমলৈ আৰবাজ খান
ডবকাত ব্যস্ত বলীউডৰ অভিনেতা আৰবাজ খান
ডবকাৰ লগতে হোজাইৰ ভিন্ন স্থানত চলিছে শ্বুটিং
আৰবাজৰ লগত আহিছে বলীউডৰ এদল কলা-কুশলী
অসমত চলিছে ‘বিহু এটেক’ বোলছবিৰ শ্বুটিং
ছবিখনৰ এটা মূল চৰিত্ৰত অভিনয় অসমৰ এনী মিছ’বাৰ
হোজাইত ভিৰ কৰিছে বলীউডৰ অভিনেতা-অভিনেত্ৰীয়ে। অসমত চলি আছে বলীউডৰ এখন চিনেমাৰ শ্বুটিং। চিনেমাখনৰ ৯০ শতাংশ শ্বুটিং হৈছে অসমত। এইখন বিগ বাজেটৰ ছবি নিৰ্মাণ কৰিছে অসমৰে এজন যুৱকে।
- Read more about অসমত বলীউডৰ অভিনেতা আৰবাজ খান....
- Log in to post comments