Women’s Asia Cup

ভাৰতৰ হাতত ধৰাশায়ী পাকিস্তান মহিলা ক্ৰিকেট দল
T20 মহিলা এছিয়া কাপত ভাৰতৰ জয়
পাকিস্তানৰ বিৰুদ্ধে ৭ উইকেটত জয়ী ভাৰত
প্ৰথমে বেট ধৰি পাকিস্তানে বান্ধি দিছিল ১০৯ ৰানৰ লক্ষ্য
১৪.১ অভাৰত ৩ উইকেটত লক্ষ্যত উপনীত ভাৰত
অ’পেনাৰ শেফালী বাৰ্মাৰ ৪০ ৰান সংগ্ৰহ
স্মৃতি মান্ধানাই সংগ্ৰহ কৰে ৪৫ ৰান
৪ অভাৰত ২০ ৰান দি দিপ্তী শৰ্মাই দখল কৰে ৩টা উইকেট