ভাৰতৰ হাতত ধৰাশায়ী পাকিস্তান মহিলা ক্ৰিকেট দল, T20 মহিলা এছিয়া কাপত ভাৰতৰ জয়.....

Women’s Asia Cup

ভাৰতৰ হাতত ধৰাশায়ী পাকিস্তান মহিলা ক্ৰিকেট দল
T20 মহিলা এছিয়া কাপত ভাৰতৰ জয়
পাকিস্তানৰ বিৰুদ্ধে ৭ উইকেটত জয়ী ভাৰত
প্ৰথমে বেট ধৰি পাকিস্তানে বান্ধি দিছিল ১০৯ ৰানৰ লক্ষ্য
১৪.১ অভাৰত ৩ উইকেটত লক্ষ্যত উপনীত ভাৰত
অ’পেনাৰ শেফালী বাৰ্মাৰ ৪০ ৰান সংগ্ৰহ
স্মৃতি মান্ধানাই সংগ্ৰহ কৰে ৪৫ ৰান
৪ অভাৰত ২০ ৰান দি দিপ্তী শৰ্মাই দখল কৰে ৩টা উইকেট

Category