কেৱল মাত্ৰ এগৰাকী ভোটাৰেৰে ভোটদান সম্পূৰ্ণ, ক'ৰ এই ঘটনা? জানো আহক....... UB Photos April 19 / 2024 কেৱল মাত্ৰ এগৰাকী ভোটাৰেৰে ভোটদান সম্পূৰ্ণ হ'ল অৰুণাচল প্ৰদেশত। অৰুণাচল প্ৰদেশৰ একক ভোটাৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান সফলতাৰে সম্পূৰ্ণ। উল্লেখ্য যে, মালোগাম ভোটকেন্দ্ৰৰ সোখেলা টায়াঙ (৪৪)ৰ এজনী ভোটাৰেহে ভোটদান কৰে। আৰু তাৰ পিছতে মিছন মালোগাম সম্পূৰ্ণ হয়। Tags UB Photos UB News Arunachal Pradesh Loksabha Election 2024 Single Voter Polling Read more about কেৱল মাত্ৰ এগৰাকী ভোটাৰেৰে ভোটদান সম্পূৰ্ণ, ক'ৰ এই ঘটনা? জানো আহক.......Log in to post comments