RSS Chief Mohan Bhagwat

মণিপুৰৰ হিংসা সন্দৰ্ভত RSS প্ৰধান মোহন ভাগৱতৰ মন্তব্য
‘মণিপুৰৰ সংঘাত অচিৰেই মীমাংসা কৰা উচিত’
মণিপুৰ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মন্তব্য মোহন ভাগৱতৰ
‘এবছৰ ধৰি শান্তিৰ বাবে অপেক্ষা কৰি আছে মণিপুৰে’
‘ইয়াৰ পূৰ্বে ১০ বছৰে শান্তি বিৰাজ কৰি আছিল মণিপুৰত’
‘মণিপুৰৰ অশান্তিৰ পৰ্যালোচনা কৰা উচিত’
অগ্ৰাধিকাৰৰ ভিত্তিত মণিপুৰৰ সমস্যা সমাধান কৰাৰ আহ্বান
বিগত বৰ্ষৰ মে’ত মণিপুৰত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল
মেইটেই আৰু কুকিৰ সংঘৰ্ষত প্ৰাণ হেৰুৱাইছিল ২০০ লোকে
নিৰ্বাচনী জ্বৰৰ পৰা মুক্ত হোৱাৰ আহ্বান শাসক-বিৰোধীক
‘বিৰোধী আক্ৰমণকাৰী নহয়, নিৰ্বাচন যুদ্ধ নহয়’