Night Curfew

ভোগালী বিহুৰ বাবে চৰকাৰৰ নতুন SOP

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে সান্ধ্য আইনৰ নতুন সময়সীমা

হ্ৰাস হ’ল উৰুকাৰ নিশাৰ সান্ধ্য আইনৰ সময়

নিশা ১১ বজাৰ পৰা পুৱা ৪ বজালৈ সান্ধ্য আইন

পূৰ্বতে নিশা ১০ বজাৰ পৰা ৫ বজালৈকে আছিল সান্ধ্য আইনৰ সময়সীমা