অসম আৰক্ষীৰ নাক কাটিলে মহানগৰীৰ আৰক্ষীয়ে! ৪ বছৰীয়া কণমানিক অকথ্য গালি গালাজৰ অভিযোগ ভৰলুমুখ থানাৰ উপ-পৰিদৰ্শকৰ বিৰুদ্ধে

Child abused

মহানগৰ আৰক্ষীৰ লাজ লগা স্বৰূপ । ৪ বছৰীয়া কণমানি শিশুক অকথ্য গালি গালাজ আৰক্ষী বিষয়াৰ। ভৰলু আৰক্ষী থানাৰ SI প্ৰহ্লাদ দাসে সংঘটিত কৰিলে এই কাণ্ড। বিষয়াজনৰ ভয়ত মানসিকভাৱে ভিতিগ্ৰস্ত শিশুটো। ঘটনাৰ পাছতেই চিকিৎসাধীন কণমানি শিশুটো। ইতিমধ্যে ঘটনা সন্দৰ্ভত টুইটাৰত টুইট কৰিছে ভুক্তভোগী‌ পৰিয়ালে। SDGP জি পি সিঙে সহাঁৰি জনালে টুইটটোত।

Category
Profile picture for user UB Photos