জাপৰিগোগৰ কৃষ্ণনগৰৰ বিক্ৰমপুৰত ভয়ংকৰ ঘটনা ।
বিক্ৰমপুৰৰ ৪৫ নম্বৰ বাসগৃহত মালিক হেমধৰ বৰুৱাক দাৰে ঘপিয়াই হত্যা ।
বাসগৃহটোৰ ওপৰ মহলাত তেজেৰে লুটুৰী পুতুৰী অৱস্থাত প্ৰত্যক্ষ কৰে হেমধৰ বৰুৱাৰ পত্নীয়ে।
ধৰণী ডেকা নামৰ ভাড়াতীয়া লোকজনে ঘপিয়ালে মালিকক।
বৰ্তমান সংকটজনক অৱস্থাত হেমধৰ বৰুৱাক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
ধৰণী ডেকাৰ পত্নীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ ঘৰৰ মালিক হেমধৰ বৰুৱাই। দাৰে ঘপিয়াই ধৰণী ডেকাই আত্মসমৰ্পণ কৰে দিছপুৰ থানাত।
ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে আটক কৰিছে অভিযুক্তজনক।
Category
- Log in to post comments