কোটি টকাৰ কেলেংকাৰী কৰি গ্ৰেপ্তাৰ হ’ল জলসিঞ্চন বিভাগৰ গাণনিক প্ৰভাত কলিতা

Prabhat Kalita

◾ জলসিঞ্চন বিভাগৰ গাণনিক প্ৰভাত কলিতাক গ্ৰেপ্তাৰ
◾ ৪ কোটি টকীয়া কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ গাণনিকজনক
◾ নিশা গুৱাহাটীস্থিত নিজা বাসগৃহৰ পৰা টংলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে
◾ অন্তৰ্ৱৰ্তীকালীন জামিন নাকচৰ পিছতেই নিশাই গ্ৰেপ্তাৰ কলিতাক
◾ উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল অভিযুক্তৰ জামিন
◾ কাৰ্যবাহী অভিযন্তা সত্যৰাম কলিতাৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ
◾ বিটিআৰ জলসিঞ্চন বিভাগৰ CHD মৃগেন বড়োৰ বিৰুদ্ধেও অভিযোগ
◾ টংলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল পংকজ অসমীয়াই
◾ সত্যৰাম কলিতা আৰু মৃগেন বড়ো বৰ্তমান পলাতক

Category
Profile picture for user UB Photos