মহানগৰীত দিন দুপৰতে ডকাইটি! ডাইষ্টাৰ বাহনৰ খিৰিকি ভাঙি লৈ গ’ল নগদ ৫ লক্ষ টকা

মহানগৰীত দিন দুপৰতে ডকাইটি! ডাইষ্টাৰ বাহনৰ খিৰিকি ভাঙি লৈ গ’ল নগদ ৫ লক্ষ টকা

গুৱাহাটী মহানগৰীত দিন দুপৰতে ঘটিল ডকাইটিৰ ঘটনা।

বেলতলাতস্থিত Reliance Trendsৰ সন্মুখৰ পৰা দুৰ্বীত্তই AS01 BR1912 নম্বৰ ডাইষ্টাৰ বাহনৰ খিৰিকি ভাঙি লৈ গ’ল নগদ ৫ লক্ষ টকা।

প্ৰাঞ্জল দাস আৰু পাৰিজাত শইকীয়াই HDFC বেংকৰ পৰা উলিয়াই আনিছিল ধনখিনি। ধনখিনি আছিল Jc Construction Private Limiteeৰ

HDFC বেংকৰ পৰা ধন উলিয়াই দুই যুৱকে বিশ্বকৰ্মাৰ মুৰ্তি কিনি থাকোটেই ঘটিল দুৰ্ঘটনাটো।

বশিষ্ঠ আৰক্ষীৰ লগতে উচ্চপদস্থ বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ বৰ্তমান ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

Category
Profile picture for user UB Photos