IAS ইন্দ্ৰেশ্বৰ কলিতাৰ বিৰুদ্ধে চাৰ্জশ্বী

ik

 

আদালতত চাৰ্জশ্বীট দাখিল CM VIGILANCEৰ

আয় বৰ্হিভূত সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল কলিতা

৩,৬৬১ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল মুখ্যমন্ত্ৰী তদাৰকী কোষৰ

কলিতাৰ আয় বৰ্হিভূত সম্পত্তিৰ পৰিমাণ ১৩১.১২ শতাংশ

চৰকাৰী পদৰ অপব্যৱহাৰেৰে নামে-বেনামে সম্পত্তি গঢ়াৰ অভিযোগ

কলিতাৰ বিৰুদ্ধে অভিযান চলাওতে জব্দ ৫০লাখ টকা নগদ ধন

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আছিল ইন্দ্ৰেশ্বৰ কলিতা

আবকাৰী বিভাগৰ সচিব আছিল IAS বিষয়াগৰাকী

ক্লাৱ, বাৰ, সুৰাৰ বিপনীৰ লাইচেন্স প্ৰদানৰ নামত ধন সংগ্ৰহ

Category