
বিজেপিৰ প্ৰাক্তন উপ-সভাপতিৰ দেহাৱসান
সাংগঠনিক সাঃ সম্পাদক হৰেকৃষ্ণ ভৰালীৰ দেহাৱসান
চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস হৰেকৃষ্ণ ভৰালীৰ
ৰাজ্যিক বিজেপি মুখ্য কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
হৰেকৃষ্ণ ভৰালীলৈ শ্ৰদ্ধাঞ্জলি বিজেপিৰ কাৰ্যকৰ্তাৰ
বিজেপিৰ অন্যতম কাৰ্যকৰ্তা আছিল হৰেকৃষ্ণ ভৰালী
ৰাজ্যিক বিজেপি মুখ্য কাৰ্য্যালয়লৈ অনা হয় নশ্বৰ দেহ
চিকিৎসালয়ৰ পৰা পোনে পোনে কাৰ্যালয়লৈ আনে নশ্বৰদেহ
জন্মস্থান হাজোৰ পৰাই কৰ্মজীৱন আৰম্ভ কৰিছিল ভৰালীয়ে
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী অশোক সিংহাল, ৰঞ্জিত দাস, বিধায়কৰ ৰূপজ্যোতি কুৰ্মীকে ধৰি বহু সংখ্যক জ্যেষ্ঠ নেতা উপস্থিত থাকে।
- Log in to post comments