ইজৰাইল-হামাছ যুদ্ধবিৰতি, প্ৰথম দিনাই আদান-প্ৰদান ৬৩ যুদ্ধবন্দী...

Israel Hamas Update...

ইজৰাইল-হামাছ যুদ্ধবিৰতি

প্ৰথম দিনাই আদান-প্ৰদান ৬৩ যুদ্ধবন্দী

ইজৰাইলে মোকলাই দিলে ৩৯গৰাকী বন্দীক

মুকলি কৰা বন্দীৰ ভিতৰত আছে মহিলা আৰু শিশু

মধ্যস্থতাকাৰী দেশ কাটাৰে নিশ্চিত কৰিছে এই তথ্য

হামাছে মুকলি কৰি দিলে ২৪গৰাকী পণবন্দীক

ইয়াৰে ২৩গৰাকী ইজৰাইলী নাগৰিক, ১০গৰাকী থাই নাগৰিক

মুকলি কৰি দিলে ফিলিপাইনছৰো এগৰাকী নাগৰিকক

যুদ্ধবিৰতিৰ মাজতে গাজালৈ ইন্ধন আৰু খাদ্য প্ৰেৰণ

গাজালৈ ১.৩ লাখ লিটাৰ ইন্ধন প্ৰেৰণৰ বাবে মান্তি ইজৰাইল 

 

 

Category
Profile picture for user UB Photos