গঠন হ’ল সদৌ অসম ছাত্ৰ সন্থাৰ নতুন কেন্দ্ৰীয় সমিতি...

AASU new party formed in Morigaon AASU Meet, 2023...

গঠন সদৌ অসম ছাত্ৰ সন্থাৰ নতুন কেন্দ্ৰীয় সমিতি

পুনৰ সভাপতি-সম্পাদক পদত উৎপল শৰ্মা, শংকৰজ্যোতি বৰুৱা

মুখ্য উপদেষ্টা ৰূপে বাহাল থাকিল ডঃ সমুজ্জ্বল ভট্টাচাৰ্য

উপ-সভাপতি হিচাপে বাছনি ভৱজ্যোতি বেজবৰুৱাক

গৌৰীশংকৰ শইকীয়াক বিত্তীয় সম্পাদকৰ দায়িত্ব

শিক্ষা সম্পাদক হিচাপে নিৰ্বাচিত টুটুমণি কলিতা

দীপক শৰ্মা, নিতুল বৰা সহঃসাধাৰণ সম্পাদক নিৰ্বাচিত

মৰিগাঁও অধিৱেশনৰ প্ৰতিনিধি সভাত সিদ্ধান্ত 

 

 

Category