অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি–২০ শৃংখলাৰ প্ৰথমখন মেচত ২ উইকেটত জয়লাভ ভাৰতৰ

India VS Australia T-20 Match

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি২০ শৃংখলাৰ প্ৰথমখন মেচত উইকেটত জয়লাভ কৰিলে ভাৰতে বিশাখাপট্টনমৰ এচিএ ভিডিচিএ ক্ৰিকেট ষ্টেডিয়ামত সূৰ্যকুমাৰ যাদৱ আৰু ঈশান কিষাণৰ মাৰমুখী বেটিঙেৰে নিৰ্ধাৰিত লক্ষ্যত উপনীত বলৈ সক্ষম টীম ভাৰত প্ৰথমে বেটিং কৰি ষ্টিভ স্মিথৰ ৪১টা বলত ৫২ ৰান আৰু জজ ইংলিছৰ ৫০টা বলত ১১০ ৰানৰ চমকপ্ৰদ ইনিংছৰ সহায়ত অষ্ট্ৰেলিয়াই ২০৯ ৰানৰ বিশাল লক্ষ্য  ভাৰতক বান্ধি দিয়ে প্ৰত্যুত্তৰত সূৰ্যকুমাৰ যাদৱৰ ৪২টা বলত ৮০ ৰান আৰু ঈশাণ কিষাণৰ ৩৯টা বলত ৫৮ ৰানৰ সহায়ত ভাৰতে উইকেট হাতত থকা অৱস্থাত ১৯. অভাৰত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয় ৰিংকু সিঙে ১৪টা বলত ২২ ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিছং খেলে শৃংখলাৰ পৰৱৰ্তী খেল তিৰুৱন্তপুৰমৰ গ্ৰীন ফিল্ড ইণ্টাৰনেচনেল ষ্টেডিয়ামত ২৬ নৱেম্বৰত অনুষ্ঠিত । 

 

 

Category
Profile picture for user UB Photos