উত্তৰ-পূৱ দিল্লীৰ ৱেলকাম এলেকাত সংঘটিত এক নৃশংস কাণ্ড, ৩৫০ টকাৰ কাৰণে এজন যুৱকক চুৰিৰে উপৰ্যুপৰি হানি-খুঁচি হত্যা

Delhi Crime News Update

সাধাৰণ কথাতে বন্ধুৱে বন্ধুক হত্যা কৰাৰ এক লোমহৰ্ষক ঘটনাই জোকাৰি ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লী উত্তৰ-পূৱ দিল্লীৰ ৱেলকাম এলেকাত সংঘটিত এই নৃশংস কাণ্ড ৩৫০ টকাৰ কাৰণে এজন যুৱকক চুৰিৰে উপৰ্যুপৰি হানি-খুঁচি হত্যা কৰা হয় ১০০ বাৰতকৈও অধিকবাৰ ছুৰিকাঘাট কৰে যুৱকজনক সমগ্ৰ ঘটনা বন্দী হয় CCTV কেমেৰাত হত্যাকাণ্ডৰ এই লোমহৰ্ষক শিহৰঁকাৰী দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত

Category
Profile picture for user UB Photos