বিশেষকৈ মহিলাসকলে উবেৰত যাত্ৰা কৰোতে সাৱধান হওঁক! কিয়নো নিশা আন্ধাৰৰ সুযোগ লৈ মহানগৰীত উবেৰ চালকে ধৰ্ষণৰ অপচেষ্টা কৰে যুৱতীক....

Rape Case

আপোনাৰ জীয়ৰী, বান্ধবী বা কোনো চিনাকী মহিলাই উবেৰত যাত্ৰা কৰে নেকি? যদি কৰে, তেন্তে এতিয়া তেওঁলোকক সাৱধান কৰা সময়! কিয়নো নিশা আন্ধাৰৰ সুযোগ লৈ গুৱাহাটীত উবেৰ চালকে এগৰাকী যুৱতীক ধৰ্ষণৰ অপচেষ্টা কৰে।

rape

উল্লেখ্য যে, উবেৰৰ ভিতৰত এগৰাকী আৰুণাচলী যুৱতীক নিৰ্যাতন চলাই সেই উবেৰ খনৰে চালক জনে। যোৱা নিশা মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ ইণ্ডিয়ান পেট্ৰল পাম্পৰ সমীপত প্ৰায় ১০: ৩০ বজাত সংঘটিত হয় এই ঘটনাটো। ধৃত অভিযুক্ত জন মছলেম আলী বুলি জানিব পৰা গৈছে।

rape

অভিযুক্ত মছলেম আলীক আদালতলৈ প্ৰেৰণ কৰিলে দিছপুৰ আৰক্ষীয়ে। শনিবাৰেই মছলেমক ন্যায়ীক জিম্মালৈ প্ৰেৰণ কৰা হ'ব

আনহাতে, কেমেৰাৰ সন্মুখন অভিযুক্ত উবেৰ চালকৰ বিস্ফোৰণ "মই একো কৰা নাই", "মোক ফচোৱা হৈছে"। কেমেৰা দেখি পলায়নৰ চেষ্টা কৰিছিল অভিযুক্ত উবেৰ চালকে ।

Category
Profile picture for user UB Photos