মহানগৰীৰ নুনমাটিত মৃতদেহ উদ্ধাৰ, মঠঘৰীয়াৰ বাছ আস্থানত উদ্ধাৰ মৃতদেহটো........

Ghy

মহানগৰীৰ নুনমাটিত মৃতদেহ উদ্ধাৰ

মঠঘৰীয়াৰ বাছ আস্থানত উদ্ধাৰ মৃতদেহটো

মৃতদেহটো উপেন ডেকাৰ বুলি চিনাক্ত স্থানীয়

অইল টেংকাৰৰ চালক আছিল উপেন ডেকা

মঠঘৰীয়াত ভাৰাতীয়া হিচাপে আছিল লোকজন

উপেন ডেকাৰ পত্নী দীৰ্ঘদিনৰ পৰা সন্ধানহীন

পত্নী সন্ধানহীন হোৱাৰ পৰাই বাছ আস্থানত লৈছিল আশ্ৰয়

দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সন্দেহ আৰক্ষীৰ

নুনমাটি আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি প্ৰেৰণ কৰে GMCHলৈ

৭২ ঘণ্টাৰ বাবে GMCHৰ মৰ্গতে ৰাখিব মৃতদেহটো

Category
Profile picture for user UB Photos