মহানগৰীৰ ফাঁচীবজাৰত বিধ্বংসী অগ্নিকাণ্ড।
ফাঁচীবজাৰৰ এছ এছ ৰোডৰ চাইবাৰ মাৰ্টত সংঘটিত এই অগ্নিকাণ্ডৰ ঘটনাটো।
অগ্নিকাণ্ডৰ ফলত ব্যৱসায়ীক প্রতিষ্ঠানখনৰ ভিতৰত আবদ্ধ ৪জনকৈ লোক।
অগ্নিকাণ্ডৰ ফলত শ্বাসৰুদ্ধ হৈ এজন লোকৰ মৃত্যু।
গুৰুতৰভাৱে আঘাতপ্রাপ্ত কেইবাজনো লোক।
১০ খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপণৰ চেষ্টা।
শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সূত্রপাতৰ সন্দেহ।
- Read more about মহানগৰীৰ ফাঁচীবজাৰত বিধ্বংসী অগ্নিকাণ্ড
- Log in to post comments