মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ সুনেত্ৰা পাৱাৰৰ UB Photos January 31 / 2026 মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা উপ-মুখ্যমন্ত্ৰী।হিচাপে শপত গ্ৰহণ সুনেত্ৰা পাৱাৰৰ ৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত লোকভৱনত ৰাজ্যৰ প্ৰথমগৰাকী মহিলা উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে সুনেত্ৰা পাৱাৰে ৷ Tags UB media UB News UB Photos Read more about মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ সুনেত্ৰা পাৱাৰৰ Log in to post comments