#news_time_assam
#ub24x7 #HORSE TRADING #ASSAM #POLITICS #AIUDF
আজি স্ব-গৃহলৈ আহিছে বিৰোধী 'ঘোঁৰা'।
জয়পুৰৰ পৰা আজি ঘুৰাই আনিব AIUDF ৰ প্রাৰ্থীসকলক। হৰ্চ ট্রেডিঙৰ আশঙ্কাত বহিৰাজ্যলৈ লৈ যোৱা হৈছিল দলটোক। দলটোত আছে কংগ্ৰেছ দলৰো ৩ জন প্ৰাৰ্থী । বিয়লি গুৱাহাটীৰ বাৰঝাৰ স্থিত বিমান বন্দৰত উপস্থিত হ'বহি দলটো। ৰাজস্থানত আজিৰ পৰা কাৰ্ফিউ ঘোষণা কৰা হৈছে। কৰোনাৰ দ্ৰুত সংক্ৰমণৰ বাবেই কাৰ্ফিউ ঘোষণা কৰিছে প্ৰশাসনে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহলটক সাক্ষাৎ কৰি দলটো অসমমুখী হৈছে।
- Read more about আজি স্ব-গৃহলৈ আহিছে বিৰোধী 'ঘোঁৰা'
- Log in to post comments