Assam Pradesh Congress

কংগ্ৰেছীৰ প্ৰতিবাদত কঁপিল মাজুলীৰ জেংৰাইমুখ

মূল্যবৃদ্ধিৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ কংগ্ৰেছৰ

উজনী মাজুলী ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত প্ৰতিবাদ

শাসকীয় বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা

মুখ্যমন্ত্ৰী, যোগান মন্ত্ৰীৰ পদত্যাগ দাবী কংগ্ৰেছ কৰ্মীৰ