নেচনেল হেৰল্ড গোচৰত ৰাহুল গান্ধীক জেৰা অব্যাহত

Rajiv Gandhi

◾ নেচনেল হেৰল্ড গোচৰত ৰাহুল গান্ধীক জেৰা অব্যাহত

◾ বিগত দুদিন ধৰি ৰাহুল গান্ধীক জেৰা EDৰ

◾ সোমবাৰ, মঙলবাৰৰ দিনটোত ১৭ ঘণ্টা জেৰা EDৰ

◾ ৰাহুল গান্ধীক EDৰ জেৰাৰ বিৰুদ্ধে অব্যাহত প্ৰতিবাদ

◾ ৰাজধানী দিল্লীত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা

◾ প্ৰতিবাদকাৰী কংগ্ৰেছী নেতা-কৰ্মীক আটক আৰক্ষীৰ

◾ কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, সাংসদৰ তীব্ৰ প্ৰতিবাদ

◾ বুধবাৰে পুনৰ ৰাহুল গান্ধীক জেৰা EDৰ

◾ EDৰ বিৰুদ্ধে খৰ্গহস্ত কংগ্ৰেছীৰ প্ৰতিবাদ অব্যাহত

◾ প্ৰতিবাদ নিয়ন্ত্ৰণৰ বাবে কংগ্ৰেছ কাৰ্যালয় এলেকাত জাৰি ১৪৪ ধাৰা

◾ দেশজুৰি কংগ্ৰেছ নেতা-কৰ্মীৰ প্ৰতিবাদ অব্যাহত

◾ ২০০০ কোটিৰ নেচনেল হেৰল্ড-সম্পত্তিৰ গোচৰত EDৰ তদন্ত

◾ নেচনেল হেৰল্ড বিত্তীয় খেলিমেলিৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ

◾ ২০১২ চনত গোচৰ ৰুজু কৰিছিল সুব্ৰমণিয়ম স্বামীয়ে

◾ সংসদ ভৱনত কংগ্ৰেছী সাংসদসকলৰ অৱস্থান ধৰ্মঘট

◾ সাংসদ দ্বীপেন্দৰ সিংহুদাক গৃহবন্দী দিল্লী আৰক্ষীৰ

Category
Profile picture for user UB Photos