Khanapara

আজি গুৱাহাটীত ৰাজ্য চৰকাৰৰ বিশাল নিযুক্তি প্ৰদান কাৰ্যসূচী ৷ ২৪টা বিভাগত ১১,২৩৬ গৰাকীক নিযুক্তি পত্ৰ বিতৰণ ৷

নিযুক্তি পত্ৰ বিতৰণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ খানাপাৰত নিযুক্তি প্ৰদান বিতৰণ অনুষ্ঠান ৷

ক’ত কেনেকৈ হ’ব নিযুক্তি -