Astrology Tips

প্ৰতি বছৰে ব’হাগ মাহৰ শুক্ল পক্ষৰ তৃতীয়া তিথিত অক্ষয় তৃতীয়া উৎসৱ পালন কৰা হয়। হিন্দু ধৰ্মত থকা জনশ্ৰুতি অনুসৰি পৰশুৰামৰ জন্ম জয়ন্তী উপলক্ষে এই উৎসৱভাগ দেশৰ ভিন্ন প্ৰান্তত লোকাচাৰ অনুসৰি পালন কৰা হয়। 

উল্লেখযোগ্য যে, ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ হৈছে পৰশুৰাম। সেই অনুসৰিও এই উৎসৱৰ তাৎপৰ্য্য আছে। আনহাতে পৰশুৰামৰ পিতৃ আছিল জমদগ্নি আৰু মাতৃ আছিল ৰেণুকা।