CMO Assam

ৰাজ্যত সুৰা বিক্ৰী বৃদ্ধিৰ নিৰ্দেশ চৰকাৰৰ
ৰাজহ বৃদ্ধিৰ স্বাৰ্থত নিৰ্দেশনা আবকাৰী বিভাগৰ
প্ৰতিখন জিলাৰ সুৰা বিপণীক সুৰা বিক্ৰী বৃদ্ধিৰ নিৰ্দেশ
প্ৰতিখন সুৰা বিপণীক নিৰ্দেশ আবকাৰী আয়ুক্তৰ
প্ৰতি বিপণীলৈ মাহে ৩,৩১০ লিটাৰ বীয়েৰ বিক্ৰীৰো নিৰ্দেশ
আবকাৰী ৰাজহ ৪ হাজাৰ ৫০০ কোটি টকালৈ বৃদ্ধিৰ লক্ষ্য
অত্যাধিক দাম বৃদ্ধিৰ বাবে হ্ৰাস পাইছে সুৰাৰ বিক্ৰী
২০২৩-২৪ত ১.২৭ কোটি সুৰাৰ কাৰ্টন
২০২৪-২৫ বৰ্ষত ১.৬১ কোটি কাৰ্টন বিক্ৰীৰ লক্ষ্য চৰকাৰৰ