২৫-২৬ ফেব্ৰুৱাৰীত এডভাণ্টেজ আছাম 2.0....

advanatge

 

খানাপাৰা খেলপথাৰত প্ৰস্তুতি সম্পূৰ্ণ

আজি প্ৰদৰ্শনী মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

সন্ধিয়া ৭.৩০ বজাত মুকলি কৰা হ’ব প্ৰদৰ্শনী

অংশ ল’ব বিশ্বৰ বহু দেশৰ বিনিয়োগকাৰীয়ে

অংশ ল’ব ৬১খন দেশৰ প্ৰতিনিধিয়ে

-ৰূপত সজোৱা হৈছে গুৱাহাটী মহানগৰীক

এডভাণ্টেজ আছামক লৈ মহানগৰীত কটকটীয়া নিৰাপত্তা

Category

Related Articles