
১ লাখ+ নিযুক্তিৰ প্রতিশ্রুতি পূৰণৰ দিশে চৰকাৰ
মুখ্যমন্ত্ৰীৰ উপস্থিতিত এই নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান
APSCৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণক নিযুক্তি
মুঠ ১৩টা বিভাগত ৫৬৪গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ
ধনুর্বিদ জয়ন্ত তালুকদাৰক উপ-আৰক্ষী অধীক্ষক পদত নিযুক্তি
জয়ন্ত তালুকদাৰক শুভেচ্ছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
উপস্থিত ৰাজ্যৰ মুখ্য সচিব ৰবি কোটা
অনুষ্ঠানত অংশ কেইবাগৰাকীও মন্ত্ৰী-বিধায়কৰ
Category
- Log in to post comments