ৰাজনীতিৰ লগতে সংবাদ জগততো শোঁকৰ চা । নিশা ২ বজাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে কংগ্ৰেছ নেতা তথা জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তই। চিকিৎসাধীন অৱস্থাতে দেহাৱসান কংগ্ৰেছ নেতাগৰাকীৰ। হৃদৰোগৰ বাবে মহন্তক কৰা হৈছিল জটিল অস্ত্ৰোপচাৰ আৰু তাৰ পাছতে দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল তেওঁ।
