Badaruddin Ajmal

কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ নেতৃত্বত ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হল “ভাৰত যোৰো ন্যায় যাত্ৰা”। ন্যায় যাত্ৰাৰ সন্দৰ্ভত আজমলে এখন সংবাদ মেলত কংগ্ৰেছ তথা ৰাহুল গান্ধীৰ এই যাত্ৰা তীব্ৰ সমালোচনা কৰে।

ছে ন্যায় যাত্ৰা কৰাৰ পূৰ্বে নেকংগ্ৰেলী, BTC ৰ লোকসকলক ন্যায় দিব লাগিছিল। বিগত ৬০ বছৰে মুচলমানসকলে কংগ্ৰেছক ভোট দি আহিছে, কিন্তু আজি পৰ্যন্ত কংগ্ৰেছে সংখ্যালঘু লোকসকলক ন্যায় দিব পৰা নাই বুলি আজমলে মন্তব্য কৰে।