‘মিঞা অবিহনে কবৰস্থান হ’ব গুৱাহাটী’ এই মন্তব্য AIUDFপ্ৰধান বদৰুদ্দিন আজমলৰ...কিন্তু কিয় এই মন্তব্য দিলে আজমল?.......

badaruddin

পুনৰ বিতৰ্কিত মন্তব্য AIUDFপ্ৰধান বদৰুদ্দিন আজমলৰ
‘মিঞা অবিহনে কবৰস্থান হ’ব গুৱাহাটী’
শাসন কৰিবলৈ মিঞাৰ হাত-ভৰি ধোৱা পানী খাব লাগিব
‘এশ বছৰেও মিঞাই নিদিয়ে হিমন্ত বিশ্বক ভোট’
বৰপেটাৰ মন্দিয়াত আজমলৰ বিস্ফোৰক মন্তব্য
’২৪ৰ নিৰ্বাচনত পৰাভূত হ’ব কংগ্ৰেছ-বিজেপি
বৰপেটাৰ মন্দিয়াৰ বামুনদংৰাত বৃহস্পতিবাৰে এআইইউডিএফৰ দলীয় কৰ্মী সভাত উপস্থিত থাকি এনে ধৰণৰ প্ৰতিক্ৰিয়াশীল মন্তব্য আগবঢ়ায় সাংসদ আজমলে। ২০২৪ৰ লোকসভা নিৰ্বাচন দেশৰ বাবে এটা ডাঙৰ পৰীক্ষা বুলি তেওঁ অভিহিত কৰে। কংগ্ৰেছ–বিজেপিক সমালোচনা কৰিবলৈ গৈ সাংসদগৰাকীয়ে মিঞা সম্প্ৰদায়ক লৈ এনে ধৰণৰ কটাক্ষমূলক মন্তব্য আগবঢ়ায়।

Category
Profile picture for user UB Photos