International News

‘ভোটযুদ্ধৰ মাজত ভাৰতক অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’
‘আমেৰিকাই ভাৰতক অস্থিৰ কৰাৰ ষড়যন্ত্ৰ কৰিছে’
আমেৰিকাৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ ৰাছিয়াৰ
ৰাছিয়াৰ বিদেশ মন্ত্ৰালয়ৰ এই দাবী
ভাৰতৰ বিৰুদ্ধে আমেৰিকাই দুৰ্ভাগ্যজনক অভিযোগ কৰি আহিছে
ধৰ্মীয় স্বাধীনতাক লৈ আমেৰিকাই ভাৰতক সমালোচনা কৰিছে
ভাৰতত ধৰ্মীয় স্বাধীনতা হননৰ অভিযোগ কৰিছিল আমেৰিকাই