River Drowning

ব্ৰহ্মপুত্ৰত পুনৰ অঘটন। গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হ’ল এটি ১২ বছৰীয়া শিশু। মঙলবাৰে, ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হয় ছাইদুল ইছলাম নামৰ শিশুটি। বুধবাৰে, পুৱাৰে পৰা SDRF, NDRF বাহিনীয়ে সন্ধান চলাই ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰে কণমানিটিক।