Ranoj Pegu

মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীসকলৰ বাবে বিশেষ খবৰ। অহা মে’ মাহৰ ভিতৰত ঘোষণা হ’ব HSৰ ফলাফল । ৫ মে’ৰ ভিতৰত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল । এই ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে মন্তব্য কৰে যে, ইতিমধ্যে ফলাফল ঘোষণা কৰিবলৈ কাউন্সিল সম্পূৰ্ণৰূপে সাজু। উল্লেখ্য যে ২০ এপ্ৰিলত ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।