অসমীয়া ছবি জগতলৈ আন এখন নতুন ছবি
‘ৰূপতীৰ্থৰ যাত্ৰী’ নামেৰে আহি আছে এখন ছবি
জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন কাহানীৰে হ'ব ছবিখন
ছৈয়দ আব্দুল মালিকৰ উপন্যাসৰ আধাৰত হ’ব ছবিখন
‘ৰূপতীৰ্থৰ যাত্ৰী’ উপন্যাসৰ ভিত্তিত নিৰ্মাণ হ’ব ছবিখন
AM টেলিভিছনৰ বেনাৰত নিৰ্মাণ হ’ব ছবিখন
