Rescue Operation

নিৰ্মীয়মাণ সুৰংগৰ মাটি খহি আবদ্ধ ৮ শ্ৰমিক
নাগৰকুৰ্ণুল জিলাত নিৰ্মাণাধীন সুৰংগত এই দুৰ্ঘটনা
নিৰ্মাণাধীন সুৰংগটোৰ ১৪ কিঃমিঃ আভ্যন্তৰত এই দুৰ্ঘটনা
দুৰ্ঘটনাৰ সময়ত সুৰংগত কৰ্মৰত আছিল ৫০ শ্ৰমিক
শ্ৰমিকক উদ্ধাৰৰ বাবে নিয়োগ শীৰ্ষ পৰ্যায়ৰ উদ্ধাৰকাৰী দল
ঘটনাস্থলীলৈ অনা হৈছে সুৰংগ ব’ৰিং মেচিন
এতিয়াও আবদ্ধ শ্ৰমিকৰে যোগাযোগ কৰিব পৰা নাই উদ্ধাৰকাৰীয়ে
সুৰংগটোৰ প্ৰায় ৩০০ মিটাৰ পৰ্যন্ত ভৰি পৰিছে পানী
উদ্ধাৰ ক্ষিপ্ৰ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ