Flag Hosting

গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ এটা দিন
আলফা স্বাধীনৰ কূটাঘাটৰ আশংকাত সষ্টম আৰক্ষী
ৰাজ্যজুৰি আৰক্ষী-নিৰাপত্তাৰক্ষীৰ নিৰাপত্তা বেষ্টনী
লগতে, গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ দায়িত্ব কেবিনেট মন্ত্ৰীক
দৰঙত পতাকা উত্তোলন কৰিব মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
শিৱসাগৰত পতাকা উত্তোলন কৰিব মন্ত্ৰী অতুল বৰাই
বঙাইগাঁৱত পতাকা উত্তোলন কৰিব মন্ত্ৰী কেশৱ মহন্তই
চিৰাঙত পতাকা উত্তোলন কৰিব মন্ত্ৰী ইউ জি ব্ৰহ্মই
কামৰূপত পতাকা উত্তোলন কৰিব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে
ধেমাজিত পতাকা উত্তোলন কৰিব মন্ত্ৰী ৰণোজ পেগুৱে
নগাঁৱত পতাকা উত্তোলন কৰিব মন্ত্ৰী অশোক সিংহলে