Chicken

মাংস খাই ভাল পোৱা লোকে KFC বুলিলে ৰবই নোৱাৰে।

কিন্তু এগৰাকী মহিলাই মনপচন্দৰ KFCৰ পৰা চিকেন অৰ্ডাৰ কৰি তিক্ত অভিজ্ঞতাৰ সন্মুখীন হয়। এই ঘটনাৰ ফটো শ্বেয়াৰ কৰিলে ছচিয়েল মিডিয়াত।