Covid Crisis

আজিৰে পৰা খুলিল বিদ্যালয়সমুহ। প্ৰায় ডেৰ বছৰৰ অন্তত বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীসকল। প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ আজিৰে পৰা আৰম্ভ হৈছে পাঠদান।

চাফ- চিকুণতাৰে আৰু সম্পুৰ্ণ ক’ভিড প্ৰট’কল মানি পাঠদানৰ বাবে সাজু বিদ্যালয়সমুহ। বাধ্যতামুলক কৰি দিয়া হৈছে মাস্ক, ছেনিটাইজাৰৰ ব্যবহাৰ।

উল্লেখ্য যে, ইতিমধ্যে আৰম্ভ হৈছিল নৱমৰ পৰা ওপৰৰ শ্ৰেণীসমুহৰ পাঠদান।