School Reopen

◾ক’ভিডক লৈ ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা

◾আজিৰে পৰা ৰাজ্যত নাথাকে ক’ভিডৰ SOP

◾নাথাকে নৈশ সান্ধ্য আইনো

◾ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক

◾ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে ১ হাজাৰ টকাৰ জৰিমনা

◾বাধ্যতামূলক সামাজিক দূৰত্ব, ছেনিটাইজাৰৰ ব্যৱহাৰ

◾ৰাজহুৱা স্থানত ভেকচিন নোলোৱা লোকৰ প্ৰৱেশতো বাধা

◾ভেকচিন নোলোৱা লোকক কেৱল চিকিৎসালয়তে অনুমতি

◾ৰাজহুৱা স্থানত থু পেলালেও ভৰিব লাগিব জৰিমনা

◾দোকানত থাকিব লাগিব ছেনিটাইজাৰৰ ব্যৱস্থা

◾বিদ্যালয় খোলা সন্দৰ্ভত শিক্ষা বিভাগৰ নিৰ্দেশনা