New Delhi

নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ সভা
শনিবাৰৰ পৰা দুদিনীয়াকৈ এই কাৰ্যসূচী
উপস্থিত থাকিব বিজেপিৰ শীৰ্ষ নেতৃত্ব
লগতে উপস্থিত থাকিব বিজেপিৰ ৰাজ্যিক নেতৃত্ব
উপস্থিত থাকিব ১১,৫০০ প্ৰতিনিধি
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিব সম্বোধন
উপস্থিত থাকিব বিজেপিৰ সভাপতি জে পি নাড্ডা
দিল্লীলৈ দলে-বলে অসমৰ বিজেপি নেতৃত্ব
দিল্লীলৈ যাব সভাপতি ভৱেশ কলিতা
দিল্লীলৈ যাব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও
একাংশ সাংসদ, মন্ত্ৰী-বিধায়ক, কাৰ্যকৰ্তাও দিল্লীলৈ
১৭, ১৮ ফেব্ৰুৱাৰীত বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ বৈঠক