দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা.....

seikh hasina

দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত বাংলাদেশৰ প্ৰধানমন্ত্ৰী
শ্বেখ হাছিনাক বিপুল আদৰণি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ
ৰাষ্ট্ৰপতি ভৱনত শ্বেখ হাছিনাক গাৰ্ড অৱ অনাৰ
কেইবাটাও দ্বিপাক্ষিক বিষয় লৈ দুই ৰাষ্ট্ৰপ্ৰধানৰ আলোচনা
পশ্চিমবংগৰ তিস্তা নদীৰ প্ৰসংগই আলোচনাত স্থান পোৱাৰ সম্ভাৱনা
জুলাইত শ্বেখ হাছিনাৰ চীন ভ্ৰমণ কৰাৰ পৰিকল্পনা
৯ জুনত ভাৰতলৈ আহিছিল শ্বেখ হাছিনা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়বাৰৰ শপতগ্ৰহণ অনুষ্ঠানত লৈছিল অংশ

Category