Pollution

বোকাজানত প্ৰদূষিত বায়ুমণ্ডলত প্ৰভাৱিত জনসাধাৰণ
চৰ্ম ৰোগত আক্ৰান্ত হৈছে বহুজন
খটখটীৰ এটা কাৰখানা হৈ পৰিছে অভিশাপস্বৰূপ
কাৰখানাৰ পৰা নিৰ্গত বিষাক্ত দ্ৰব্যই আনিছে ভাবুকি
ৰাইজৰ আবেদনৰ পিছতো নিৰ্বিকাৰ বিভাগীয় কৰ্তৃপক্ষ