দিল্লীত অধিক ভয়াৱহ হৈ পৰিছে বায়ু প্ৰদূষণৰ হাৰ! চাৰিচকীয়া বাহন চলাচলত নিষেধাজ্ঞা আৰোপ....

delhi

দিল্লীত অধিক ভয়াৱহ হৈ পৰিছে বায়ু প্ৰদূষণৰ হাৰ
দিল্লীৰ ভিন্ন স্থানত অৱনমিত হৈছে বায়ুৰ গুণাগুণ
বায়ুৰ গুণাগুণ সূচাংকই অতিক্ৰম কৰিছে ৪০০ 
ধোঁৱাৰ দৰে ডাঠ তৰপে আৱৰি ৰাখিছে বায়ুমণ্ডল
স্বাস্থ্যজনিত ভাবুকি আহিছে দিল্লীবাসীলৈ 
শ্বাস-প্ৰশ্বাসজনিত অসুবিধাৰ লগতে দেখা দিছে ভিন্ন ৰোগে
হটস্পটত পৰিণত প্ৰগতি ময়দান, কালিন্দী কুঞ্জ, ইণ্ডিয়া গেট
যমুনা নদীৰ কিছু অংশও বিষাক্ত ফেনেৰে আবৃত্ত হৈ পৰিছে
পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনৰ কেতবোৰ বিশেষ নিৰ্দেশনা
চাৰিচকীয়া বাহন চলাচলত নিষেধাজ্ঞা আৰোপ
আইন উলংঘা কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব বাহন চালক
যান-জঁটৰ সমস্যা ৰোধ কৰিবলৈ চৰকাৰী কাৰ্যালয়ৰ সময়সূচী সলনি
কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয় পুৱা ৯ বজাৰ পৰা বিয়লি ৫.৩০ বজালৈ
দিল্লী চৰকাৰী কাৰ্যালয় পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈ
পৌৰনিগমৰ কাৰ্যালয় পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৫ বজালৈ চলিব
বিদ্যালয়ৰ পঞ্চম শ্ৰেণীলৈ অনলাইন ক্লাছৰ ব্যৱস্থা
ব্যক্তিগত নিৰ্মাণ কাৰ্যত স্থগিতাদেশ দিল্লী চৰকাৰৰ
অত্যাৱশ্যকীয় চৰকাৰী প্ৰকল্পতহে অব্যাহত থাকিব নিৰ্মাণকাৰ্য
নিৰ্দেশনা বলৱৎ কৰিবলৈ ২৮০ জোৱানসহ পৰিবহণ বিভাগৰ দল নিয়োগ

Category