Dr. Manmohan Singh

অৱসান ঘটিল এটা যুগৰ
ৰাজ্যসভাত আৰু দেখা নাযাব মনমোহন সিঙক
ৰাজ্যসভাৰ পৰা অৱসৰ ল’লে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে
মনমোহন সিঙৰ অৱসৰত বহু জ্যেষ্ঠ নেতাৰ টুইট
এটা যুগৰ অৱসান বুলি প্ৰতিক্ৰিয়া মল্লিকাৰ্জুন খাৰ্গেৰ
নৰসিংহ ৰাও চৰকাৰৰ মন্ত্ৰীসভাৰ বিত্তমন্ত্ৰী আছিল 
১৯৯১ৰ পৰা ১৯৯৬লৈ বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ
২০০৪-১৪লৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কৰিছিল কাৰ্যনিৰ্বাহ
বিগত দুটা দিনত ৰাজ্যসভাত কাৰ্যকালৰ অন্ত পৰিছিল ৫৪জনকৈ সাংসদৰ
৯জনকৈ কেন্দ্ৰীয় মন্ত্ৰী কাৰ্যকালৰ অন্ত পৰিছে ৰাজ্যসভাত