BTR

সমাগত BTR নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে গোৰেশ্বৰৰ গেৰুৱাত নিৰ্বাচনী হিংসা!

মুখ্যমন্ত্ৰীৰ সভালৈ যোৱা বাছত শিলগুটি নিক্ষেপ দুৰ্বৃত্তৰ। মুখ্যমন্ত্ৰীৰ সভালৈ যোৱা AS-01 GC- 6339 নম্বৰৰ ‘বুলবুল’ নামৰ বাছখনেলৈ লক্ষ্য কৰি শিল গুটি নিক্ষেপ

জানিব পৰা মতে, গোৰেশ্বৰ থানাৰ অন্তৰ্গত শিমলীবাৰীৰ পৰা ৮০জন বিজেপিৰ কাৰ্যকৰ্তাক লৈ বৰঘুলিত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ সভালৈ গৈ আছিল বাছখন।।সেই সময়তে গেৰুৱা অঞ্চলত বাছখনলৈ লক্ষ্য কৰি শিল গুটি নিক্ষেপ কৰে দুৰ্বৃত্তই।