৭ হাজাৰ মহিলাই একেলগে পৰিৱেশন কৰিলে থিয়নাম

Thionaam

শঙ্কৰী-সত্ৰীয়া সংস্কৃতিৰ অমূল্য সম্পদ থিয় নামেৰে অভিলেখ৷ ৭ হাজাৰ মহিলাৰ একেলগে পৰিৱেশন থিয়নাম। অসম বুকছ অৱ ৰেকৰ্ডৰ বাবে বৰপেটাৰ হাউলীত আয়তীৰ থিয় নাম। গুৰুজনাৰ আদৰ্শক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াসেৰে হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ আয়োজন মহিলা থিয়নামৰ।

আজি বিশ্ব দৰবাৰত থিয় নাম পৰিৱেশন কৰি নামনি অসমৰ সাংস্কৃতিক পৰিচয়ক বিশ্বৰ আগত উজ্জ্বল কৰি তোলাৰ আশা প্ৰকাশ কৰা হৈছে।

প্ৰায় ৪ মাহ যোৰা নিৰন্তৰ প্ৰচেষ্টা আৰু প্ৰয়াসৰ অন্তত নামনি অসমৰ ১২খন জিলাৰ ৭০০৯ গৰাকী আয়তিয়ে চণ্ডী বৰুৱা ষ্টেডিয়ামত একেলগে থিয় নাম প্ৰদৰ্শন কৰি অসম বুকচ অৱ ৰেকৰ্ডত ৰাজ্যিক অভিলেখ গঢ়ি তোলে।

Category