Controversy

আকৌ বিতৰ্কত সাঙোৰ খাইছে বিল ক্লিণ্টন
পুনৰ যৌন কেলেংকাৰি সম্পৰ্কীয় বিতৰ্কত ক্লিণ্টন
২ জানুৱাৰীত ‘মুখা খোল খাব’ প্ৰাক্তন ৰাষ্ট্ৰপতিজনৰ
FBIএ ৰাজহুৱা কৰিব আদালতৰ একাংশ গোপন নথি
বিল ক্লিণ্টনৰ নাম এই নথিত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা
শিশুকামিতাৰ গোচৰ সম্পৰ্কীয় নথি হ’ব ৰাজহুৱা

উল্লেখ্য যে,  আমেৰিকাৰ ইতিহাসত কুখ্যাত শিশুকামি লোক প্ৰয়াত জেফ্ৰি এডৱাৰ্ড এপষ্টেইনৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ গোপন নথি-পত্ৰ ২ জানুৱাৰীত ৰাজহুৱা কৰিব FBIএ। ফেডাৰেল ন্যায়াধীশৰ নিৰ্দেশমৰ্মে এই নথিসমূহ ৰাজহুৱা কৰা হ’ব।