Rupjyoti Kurmi

বিধানসভাৰ চৌহদত ৰূপজ্যোতি কুৰ্মীৰ উৰ্ধতালিৰ বিৰুদ্ধে বিৰোধীৰ প্ৰতিবাদ। নিৰাপত্তা বিচাৰি কোনো বিধায়কৰ হাতত জেওৰা, কোনো পিন্ধিছে ক'লা বস্ত্ৰ।

উল্লেখ্য যে, AIUDF ৰ বিধায়ক সকলক দেখা গ'ল অনন্য ৰূপত। হাতত জেওৰা লৈ সদলবলে বিধানসভাত প্ৰৱেশৰ জো যা। ইফালে ক'লা কাপোৰ পৰিধান কৰি কংগ্ৰেছৰ প্ৰতীকি প্ৰতিবাদ। 

বিধায়ক ৰূপজ্যোতিয়ে কিদৰে বিধানসভাৰ মজিয়াত  বিৰোধী বিধায়কলৈ চোঁচা লৈছিল সেই কথাই ৰাজনৈতিক ভাৱে চৰ্চাত থকাৰ সময়তে নিজৰ নিৰাপত্তা বিচাৰি বিৰোধী বিধায়কৰ অভিনৱ প্ৰতিবাদ। সদনত নিৰাপত্তাৰ বাবে হাতত জেওৰা তুলিলে AIUDF য়ে।