'ছাহজাহানৰ প্ৰেম যদি প্ৰকৃত প্ৰেম আছিল তেন্তে পিছৰ তিনিজনী কিয় বিয়া পাতিলে ছাহজাহানে?'- ৰূপজ্যোতি কুৰ্মী

Rupjyoti

শেহতীয়াকৈ তাজমহল-কুটুবমিনাৰ ভাঙি পেলোৱাৰ মন্তব্য কৰি চৰ্চাত বিধায়ক ৰূপজ্যোতি কুৰ্মী। আজি পুনৰ বিধায়ক গৰাকীয়ে কয়- 'মিয়া লোকসকলে মোৰ কথাসমূহ সামাজিক মাধ্যমক বিয়পাই আছে।  ছাহজাহানে হিন্দু ৰজাসকলৰ পৰা ধন চুৰ কৰি নিৰ্মাণ কৰিলে তাজমহল। ছাহজাহনৰ প্ৰেম যদি প্ৰকৃত প্ৰেম আছিল তেন্তে পিছৰ তিনিজনী কিয় বিয়া পাতিলে ছাহজাহানে? ইয়াৰ তদন্ত হ'ব লাগে। ছাহজাহানৰ মৃত্যু কৰ্মফলৰ বাবে হ'ল নেকি ? মোগলে আমাৰ যথেষ্ট ক্ষতি কৰিলে।' লগতে বিধায়ক গৰাকীয়ে কয়- ' মই Half পাগলো নহয় , Full পাগলো নহয় মোক পাগল কোৱা সকলহে চেৰাপাগল। মই অকণমান পাগলৰ শাৰীত পৰিব পাৰো'। 

Category